Commounity radio কিছু কথা
আমি সকলোৱে অনাতাঁৰ কেন্দ্রৰ বিষয়ে জানো |বিশেষকৈ অনাতাৰ কেন্দ্ৰ বুলি ক'লে আমাৰ মনলৈ আকাশবাণী (All india radio ) আৰু বাণিজ্যিক ৰেডিঅ'ৰ(Comercial radio) কথাকে আহে|সামুহিক ৰেডিঅ'ৰ ইতিসাহ বৰ পুৰণি নহয় |ভাৰতত 2004 চনত Anna universityৰ Media science ৰ ছাত্ৰ ছাত্রী প্ৰথমে সামুহিক ৰেডিঅ' প্ৰচাৰ আৰম্ভ কৰিছিল |সামুহিক ৰেডিঅ' হ'ল এখন সমাজৰ ভিন্ন পয্যায়ৰ মানুহৰ স্বাস্থ্য, ,জ্ঞান ,মনোৰঞ্জন ,সাংস্কৃতিক ,লিংগ বৈষম্য় আদি প্ৰচাৰ আৰু প্ৰসাৰ কৰা এক অনুস্ঠান | এনে ধৰণৰ ৰেডিঅ'ই সীমিত পৰিসৰকহে সাঙুৰি লয়|
বৰ্তমান ভাৰতবৰ্ষত প্রায় 190টা Community radio center আছে যদিও অসমত ইয়াৰ সংখ্যাা মাত্ৰ 4টা ৷ ভাৰতবৰ্ষৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অনুমতিত অসমত প্ৰতিষ্ঠা হোৱা চাৰিটা সামূহিক অনাতাঁৰ কেন্দ্ৰ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ Radio Luit FMৰ 90.8. ৷ক্ষ্ঞকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ,গুৱাহাটীৰ FM 90.4 jaan taranga ৷ ডিব্ৰুগড়ত থকা Radio brahamputra হ’ল NGOৰ দ্বাৰা সম্প্ৰচাৰিত অসমৰ একমাত্ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ ৷ অসমৰcommunity radio ৰ ইতিহাসত এক নতুন সংযোজন হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ FM 90.8. Radio gyanmalinee ৷
সামূহিক ৰেডিঅ’ সমূহে আকাশবাণীৰ যুগেদি প্ৰচাৰ কৰিব বাদ পৰি যোৱা প্ৰচাৰ কৰে ৷ এনেধৰণৰ অনুষ্ঠান সমূহত ওচৰৰ মানুহে বুজি পোৱাকৈ তেওঁলোকৰ ভাষাও ব্যৱহাৰ কৰা হয়৷ স্বেচ্ছাসেৱক সকলৰ সহযোগত প্ৰচাৰ কৰা এই অনুষ্ঠানবোৰত বাণিজ্যিক বিজ্ঞাপন প্ৰচাৰ কৰা নহয় ৷
প্ৰযুক্তি বিদ্যাৰ বহুল প্ৰসাৰৰ বাবে বৰ্তমান ৰেডিঅ’ৰ ব্যৱহাৰ কমি গৈছে যদিও এটা অঞ্চলৰ বিকাশৰ বাবে অনাতাঁৰ কেন্দ্ৰৰ প্ৰয়োজনীয়তা আছে ৷অৱশ্যে বৰ্তমান প্ৰায়সংখ্যক মানুহৰ হাতত থকা smart phone ত ৰেডিঅ’ শুনাৰ ব্যৱস্থা আছে ৷ বহু ভিতৰুৱা অঞ্চলত এই ব্যৱস্থা সমূহে সাঙুৰি লব পৰা যায় য’ত কেৱল ৰেডিত’টোকে সংযোগ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়৷